Show/Hide Keyboard Layout

অ’ চেনীমাই

- বাবু

অ’ চেনীমাই, নাৰা না নে নানা নে

অ’ চেনীমাই, নাৰা না নে নাৰা নানা নে না

অ’ চেনীমাই, চেনীমাই দুগালত

ৰঙাকৈ দুগালতে, চুমা দি যাম ।

 

উৰণীয়া উৰে মন আকাশত

মোৰে দেহী দেখোঁ তোক সপোনত

লিখাজনে লিখিছেনে কপালত

হ’বি জানো মোৰ এই জনমত ?

মৰমৰে মিঠা মিঠা কথা (কথা)

কলিজাত আছে বহু আশা (আশা)

বুকুতে বান্ধি লৈ ...

উৰণীয়া উৰে মন আকাশত

মোৰে দেহী দেখোঁ তোক সপোনত

লিখাজনে লিখিছেনে কপালত

হ’বি জানো মোৰ এই জনমত ?

 

ভাল ল‌গে মোৰ ভয় লাগে মোৰ

যেতিয়া পাওঁ কাষৰত

কিনো বুজিবি মোৰে বহনা

ভাগৰুৱা কৰে পলকত

মৰমৰে মিঠা মিঠা কথা (কথা)

কলিজাত আছে বহু আশা (আশা)

বুকুতে বান্ধি লৈ ...

উৰণীয়া উৰে মন আকাশত

মোৰে দেহী দেখোঁ তোক সপোনত

লিখাজনে লিখিছেনে কপালত

হ’বি জানো মোৰ এই জনমত ?

 

মন যায় মোৰ

চুই যাম তোৰ

কুমলীয়া ৰঙা কলিজা

কিদৰে বুজিম

ভাবিছ জানো

মনে মনে মোৰে কথা

মৰমৰে মিঠা মিঠা কথা (কথা)

কলিজাত আছে বহু আশা (আশা)

বুকুতে বান্ধি লৈ ...

উৰণীয়া উৰে মন আকাশত

মোৰে দেহী দেখোঁ তোক সপোনত

লিখাজনে লিখিছেনে কপালত

হ’বি জানো মোৰ এই জনমত ?

Hits: 3153